আপুনি, আপোনাৰ গোপনীয়তা আৰু এটা মুক্ত ৱেবলৈ অৰ্পিত

Firefox ডাউনল'ড কৰক — অসমীয়া

Your system may not meet the requirements for Firefox, but you can try one of these versions:

Firefox ডাউনল'ড কৰক — অসমীয়া

আপোনাৰ চিস্টেমে Firefox চলাবলে প্ৰয়োজনীয়তাসমূহ পূৰ্ণ নকৰে।

আপোনাৰ চিস্টেমে Firefox চলাবলে প্ৰয়োজনীয়তাসমূহ পূৰ্ণ নকৰে।

Please follow these instructions to install Firefox.

Firefox Privacy

আপোনাক প্ৰাথমিকতা দিয়াৰ এটা প্ৰকল্পৰে নিৰ্মিত

গোপনীয়তাৰ বাবে আটাইতকৈ ভৰষাবান ইন্টাৰনেট কোম্পানী

Firefox ক ৱেবত আটাইতকৈ ভৰষাবান ব্ৰাউছাৰ বনোৱাৰ কাৰণ জানক

আপুনি কাৰ্য্য কৰা দৰে কাৰ্য্য কৰে

আপোনাৰ ৱেব ব্যৱহাৰ কৰাৰ ধৰণ অবিকল্প। Firefox এ ইয়াক মিল খোৱাৰ বাবে পৰিবৰ্তন কৰিব দিয়ে। আপুনি ব্যৱহাৰ নকৰা বস্তু আতৰাওক, ব্যৱহাৰ কৰা বস্তুক য'ত বিচাৰে তাতে ৰাখক।

আপোনাৰ কৰা কাৰ্য্যবোৰ অধিক দ্ৰুতভাৱে কৰিব পাৰিব

Firefox ক অন্য ব্ৰাউছাৰৰ তুলাত সূকীয়া বেঞ্চমাৰ্ক আৰু পৰিৱেশন পৰিক্ষণত ”গতি সম্ৰাট” ৰ আখ্যা দিয়া হৈছিল। সময় সঞ্চ কৰক আৰু যিকোনো কাৰ্য্য আগতকে অধিক দ্ৰুত গতিত কৰক।

Firefox
392
Opera Next
329
Chrome
326
Internet Explorer 10
182
Opera
147
* Tom ৰ হাৰ্ডৱেৰ ৱেব ব্ৰাউছাৰ গ্ৰেণ্ড প্ৰি XVI ফলাফলৰ ওপৰত ভিত্তিয়।

ইয়াক আটাইতকৈ দ্ৰুত Firefox বনোৱাৰ কাৰণ জানক